• Call Us+91 6001143375
  • Login

All Digital Facility

We have all digital features in our school. Like Online Fees Collection or many more

Books & Liberary

We have Digital or Phisical Liberary. You can Learn anywhere.

Certified Teachers

Mastering at your pace, with our Certified teacher.

ABOUT US

WELCOME TO SVN KATHIATOLI

শংকৰদেৱ বিদ্যা নিকেতন কঠীয়াতলী । যাৰ নামেই পৰিচয়। ১৯৯৪ চনৰ ১৬ ফেব্ৰুৱাৰীত আনুষ্ঠানিক ৰূপত গঢ় লৈ উঠা কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন খনি আজি ২৫ টা বছৰ অতিক্ৰম কৰিলে। বহু বিশিষ্ট মান্যবৰ ব্যক্তিৰ অশেষ কষ্ট আৰু প্ৰচেষ্টাৰ ফলত জীপাল হৈ উঠিছিল এই নিকেতনখনি । তেনে ব্যক্তি সদায় আমাৰ নমস্য হৈ ৰ’ব। বিদ্যালয়খনিৰ চাৰিবেৰৰ মাজত আবদ্ধ স্মৃতিবোৰ সদায় যেন জীপাল হৈ ৰওক সেয়ে আমাৰ কাম্য। যোৱা ২৫ বছৰৰ পৰা এই বিদ্যালয়খনিৰ নাম আৰু যশ সমাজৰ মাজত জিলিকি আছে । জাতীয় জীৱনৰ আধাৰত প্ৰতিষ্ঠিত হোৱা আৰু জাতীয় ভাষাৰে শিক্ষাদান হৈ থকা নিকেতনখনিয়ে সমাজত আগবঢ়াই আহিছে সঠিক অৰ্থৰ মানুহ , যিয়ে আজি বিভিন্ন দিশত ,বিভিন্ন লোকৰ মাজত নিজকে উজ্বলাবলৈ সক্ষম হৈছে ।
 

ACHEIVEMENTS

1000

Pass- Outs

30

Certified Teachers

400

Student Campuses

700

Students